অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ অপৰাধীলৈ গুলীচালনা

ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾ৰাজ্যত পুনৰ অপৰাধীলৈ গুলীচালনা

◾গোসাঁইগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ

◾ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾আৰক্ষীৰ গুলীত আহত ট্ৰাকচালক মোহনলাল

◾গুলীবিদ্ধ মোহনলালক কোকৰাঝাৰ হাস্পতালত ভৰ্তি

◾সৰবৰাহ কৰিছিল ২০ কোটি টকাৰ হেৰ’ইন, আফিং

◾তেলৰ টেংকীত লুকুৱাই আনিছিল ড্ৰাগ্ছখিনি

◾আৰক্ষীৰ জিম্মাতে ট্ৰাকখন জ্বলাই দিয়ে দুৰ্বৃত্তই

◾ৰহস্যজনকভাৱে শ্ৰীৰামপুৰত জ্বলাই দিয়ে ট্ৰাকখন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + three =

Back to top button