অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ অপৰাধীলৈ গুলীচালনা

ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾ৰাজ্যত পুনৰ অপৰাধীলৈ গুলীচালনা

◾গোসাঁইগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ

◾ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◾আৰক্ষীৰ গুলীত আহত ট্ৰাকচালক মোহনলাল

◾গুলীবিদ্ধ মোহনলালক কোকৰাঝাৰ হাস্পতালত ভৰ্তি

◾সৰবৰাহ কৰিছিল ২০ কোটি টকাৰ হেৰ’ইন, আফিং

◾তেলৰ টেংকীত লুকুৱাই আনিছিল ড্ৰাগ্ছখিনি

◾আৰক্ষীৰ জিম্মাতে ট্ৰাকখন জ্বলাই দিয়ে দুৰ্বৃত্তই

◾ৰহস্যজনকভাৱে শ্ৰীৰামপুৰত জ্বলাই দিয়ে ট্ৰাকখন

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

6 − five =

Back to top button