অপৰাধঅসমঅসম আৰক্ষী

ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা

◾বোকাজানত আৰক্ষীৰ এনকাউণ্টাৰ

◾ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা

◾গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী নুৰ উদ্দিন

◾তদন্তৰ বাবে ডিমাপুৰলৈ লৈ গৈছিল নুৰক

◾নুৰৰ সহযোগীক ধৰিবলৈ গৈ থকা অৱস্থাতে পলায়নৰ চেষ্টা

◾আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা

◾আঘাতপ্ৰাপ্ত নুৰ কডিফু মেডিকেল কলেজত ভৰ্তি

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.