অসমদৈনিক বাতৰি

মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসম বিধানসভাৰ নতুন ভৱন ।

অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ অসম মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী-বিধায়ক। বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে বিধানসভাৰ নতুন ভৱনৰ ভিতৰচ’ৰা। বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যাও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button