AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ, বানৰ কৱলত ২৮ জিলাৰ ১১ লক্ষাধিক লোক……

ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ

বানৰ কৱলত ২৮ জিলাৰ ১১ লক্ষাধিক লোক

৮৪ ৰাজহ চক্ৰ, ২,২০৮ খনকৈ গাঁও বানৰ কৱলত

ক্ষতিগ্ৰস্ত ৪২,৪৭৬.১৮ হেক্টৰ কৃষিভূমি

ক্ষতিগ্ৰস্ত ৪ লক্ষাধিক পশুধন

উজনি-নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান

নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ছিগিলে মথাউৰি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০% এলেকা পানীৰ তলত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.