অসমভাৰত

গুৱাহাটীত বিনামূলীয়া কৰ্কট সজাগতা সম্পৰ্কীয় আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰ।

অনুষ্ঠানত উপস্থিত ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰখ্যাত অংক'লজী বিশেষজ্ঞ ডাঃ ৰাহুল ভাৰ্গৱসহ বহু চিকিৎসক।

গুৱাহাটীত বিনামূলীয়া কৰ্কট সজাগতা সম্পৰ্কীয় আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰ। ৰ’টাৰী ক্লাব গুৱাহাটী লুইত, চেতনা লেডিজ ক্লাব আৰু লিম্ফোমা ছাপ’ৰ্ট গ্ৰুপৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া কৰ্কট সজাগতা আলোচনাচক্ৰ আৰু চিকিৎসা শিবিৰ।

দিল্লীৰ ফৰ্টিছ হেল্থকেয়াৰৰ বিশিষ্ট চিকিৎসকসকলৰ সহযোগত লিম্ফোমা ছাপোৰ্ট গ্ৰুপে গুৱাহাটীৰ লায়ন আইজ হস্পিটেলত অনুষ্ঠিত বিনামূলীয়া কৰ্কট সজাগতা আৰু চিকিৎসা শিবিৰ। অনুষ্ঠানত উপস্থিত থাকে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰখ্যাত অংক’লজী বিশেষজ্ঞ ডাঃ ৰাহুল ভাৰ্গৱসহ বহু চিকিৎসক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.