AssamCity newsঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বোকাজানৰ খটখটিৰ বৰলেঙৰীত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ৬০টাকৈ পৰিয়ালৰ বাসগৃহ…….

বোকাজানৰ খটখটিৰ বৰলেঙৰীত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ৬০টাকৈ পৰিয়ালৰ বাসগৃহ

অগ্নিকাণ্ডত বিস্ফোৰণ কেইবাটাও চিলিণ্ডাৰ, আহত এজন

শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ

বৰলেঙৰীৰ ব্লক ১ত সংঘটিত এই অগ্নিকাণ্ড

অগ্নিকাণ্ডত জাহ কেইবা লাখ টকাৰ সা-সম্পত্তি

অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা প্ৰচেষ্টাত জুই নিৰ্বাপন

ঘটনাস্থলীত কার্য্যবাহী দণ্ডাধীশ সীমান্ত বসুমতাৰী সহ দুর্যোগ ব্যবস্থাপনা আৰু প্রশমন বিভাগৰ লোক উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.