Assamleatest updatepoliticalSocial

কাইলৈ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

গৃহমন্ত্ৰীগৰাকীৰ বিশাল ৰেলীক লৈ মন্তব্য সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ।

কাইলৈ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীত এক ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে। গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ। চাইকেল ফেক্টৰী-লালগণেশ হৈ ২ কি.মি ৰোড শ্ব’। ৰেলীত অংশ ল’ব বিজেপিৰ ডেৰ লক্ষাধিক কাৰ্যকৰ্তাই। গৃহমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি। সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ।

গৃহমন্ত্ৰীগৰাকীৰ বিশাল ৰেলীক লৈ মন্তব্য সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ। ‘এয়া হ’ব গুৱাহাটীৰ সৰ্ববৃহৎ ৰেলী’। ৰেলীৰ বাবে পূৰ্ণ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ। মুছলমান সম্প্ৰদায়ৰ ভোট সন্দৰ্ভতো মন্তব্য।‘মুছলমান ৰাইজ বিজেপিৰ লগত আছে’। ‘দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণত BJPক ভোট দিছে মুছলমানে’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.