অসম

নিবনুৱাসকলৰ বাবে সুখবৰ, বাজেটত নতুন চাকৰিৰ প্ৰস্তাৱ…

মাইক্র ফাইনেন্সত ৰাজ্যৰ ১০ লাখ হিতাধিকাৰীলৈ ২ হাজাৰ কোটি টকাৰ উদগনিমূলক ধন প্রদান

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত…

◼️ৰাজ্যৰ ১ লাভ নিবনুৱাক নিযুক্তি প্রদানত প্রতিশ্রুতিবদ্ধ চৰকাৰ

◼️ইতিমধ্যে প্রত্যক্ষ নিয়োগ আয়োগ প্রণয়ন

◼️৩১ মাৰ্চৰ পূৰ্বে পদসমূহ পূৰণৰ বিজ্ঞাপন প্রকাশ কৰিব আয়োগে

◼️তৃতীয়, চতুৰ্থ শ্রেণীৰ পদৰ বাবে অনুষ্ঠিত হ’ব নিয়োগ প্রক্রিয়া

◼️আয়োগে সম্পূৰ্ণ কৰিব ১৩,৭৮৭ চতুৰ্থ বৰ্গৰ পদ পূৰণ

◼️সম্পূৰ্ণ কৰিব ১৩,৫৭২ তৃতীয় বৰ্গৰ পদ পূৰণ প্রক্রিয়া

◼️অসম লোকসেৱা আয়োগেও চূড়ান্ত কৰিছে ৩,৫৮৭ গ্রেড১ আৰু ১৫৬৮ গ্রেড২ পদৰ নিযুক্তি প্রক্রিয়া

◼️মাইক্র ফাইনেন্সত ৰাজ্যৰ ১০ লাখ হিতাধিকাৰীলৈ ২ হাজাৰ কোটি টকাৰ উদগনিমূলক ধন প্রদান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − four =

Check Also
Close
Back to top button