অসম

জনপ্রিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান

তেখেতে কেইবাটাও জনপ্রিয় গীতেৰে চহকী কৰিছিল সাংস্কৃতিক জগত।

জনপ্রিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান। সন্ধিয়া ৬.৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। মঙলবাৰৰ পৰা দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছিল অপূৰ্ব বেজবৰুৱা।

ব্রেইন ষ্ট্র’ক হৈ হাস্পতালত ভৰ্তি হোৱা শিল্পীগৰাকীৰ নশ্বৰদেহ আজি দিছপুৰ প’লিক্লিনিকতে ৰখা হ’ব। বৃহস্পতিবাৰে নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব শিল্পীগৰাকীৰ।

পুৱা ৭.৩০ বজাত চিকিৎসালয়ৰ পৰা নিয়া হ’ব নশ্বৰ দেহ।জ্যোতি চিত্রবন আৰু ৰবীন্দ্রভৱনত শ্রদ্ধাঞ্জলিৰ ব্যৱস্থা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.