অসমখেলদৈনিক বাতৰি

৩য় ইণ্ডিয়ান গ্ৰাণ্ট প্ৰিক্সত অম্লান বৰগোহাঁইৰ ২ টাকৈ সোণৰ পদক

৩য় ইণ্ডিয়ান গ্ৰাণ্ট প্ৰিক্সত অম্লান বৰগোহাঁইৰ ২ টাকৈ সোণৰ পদক

৩য় ইণ্ডিয়ান গ্ৰাণ্ট প্ৰিক্সত অম্লান বৰগোহাঁইৰ ২ টাকৈ সোণৰ পদক।পুৰুষৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত অম্লানৰ সফলতা। ১০০ মিটাৰত ১০.৫০ চেকেণ্ড আৰু ২০০ মিটাৰত ২১.২২ চেকেণ্ডত দৌৰ সমাপ্ত অম্লানৰ। বাংগালুৰুৰ কান্টেৰভা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.