leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

২দিনীয়া ভ্ৰমণসূচীৰে উঃ পূবলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ।

ভাৰত-চীন সীমান্তত মুকলি কৰিব কেইবাখনো আঁচনি।

২দিনীয়া ভ্ৰমণসূচীৰে উঃ পূবলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। ১২.৪৫ বজাত অৰুণাচললৈ ৰাওনা হ’ব অমিত শ্বাহ। ভাৰত-চীন সীমান্তত মুকলি কৰিব কেইবাখনো আঁচনি। আঞ্জাও জিলাৰ কিবিথুত উদ্বোধন VIBRANT VILLGES প্ৰগ্ৰাম। এই আঁচনিৰ অধীনত সীমান্তৰ আন্তঃগাথনি উন্নয়ন কৰা লক্ষ্য মন্ত্ৰীগৰাকীৰ।

কাইলৈ ১১.৩৫ বজাত উপস্থিত হ’ব ডিব্ৰুগড়ত। বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল’ব শ্বাহে। অনুস্থানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ আগমনক লৈ
১২.৫০ বজাত মানকটা খেলপথাৰত বিশাল জনসভা সম্বোধন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button