leatest updateঅৰ্থনৈতিকঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ বিশেষ পদক্ষেপ APDCLৰ।

APDCLএ মুকলি কৰিলে হেল্পলাইন নম্বৰ।

স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ বিশেষ পদক্ষেপ APDCLৰ। APDCLএ মুকলি কৰিলে হেল্পলাইন নম্বৰ। আসোঁৱাহ আঁতৰাবলৈ যোগাযোগ কৰিব পাৰিব ১৯১২ নম্বৰত। WWW.apdcl.org বা ‘বিজুলী এপ’ৰ জৰিয়তেও আপুনি কৰিব পাৰিব পঞ্জীয়ন। ফেচবুক আৰু টুইটাৰৰ জৰিয়তেও দিব পাৰিব অভিযোগ। apdclsocialত টেগিঙৰ জৰিয়তেও উত্থাপন কৰিব পাৰিব অভিযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.