অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ভয়ংকৰ বিপদৰ দিশে অসম

  আগন্তুক সময়ত অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সৃষ্টি হ’ব ভয়ংকৰ প্ৰাকৃতি দুৰ্যোগ

ভয়ংকৰ বিপদৰ দিশে অসম

আগন্তুক সময়ত অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সৃষ্টি হ’ব ভয়ংকৰ প্ৰাকৃতি দুৰ্যোগ। এই তথ্য প্ৰকাশ কৰিছে পৰিৱেশ আৰু জল আয়োগৰ ক্লাইমেট ভালনাৰে বিলিটে ইনেডক্সেতে।

অসম, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু বিহাৰত আগন্তুক সময়ত সৃষ্টি হ’ব ভয়ংকৰ দুৰ্যোগৰ। বান, খৰাং, ঘূৰ্ণীবতাহ আদিকে ধৰি প্ৰাকৃতি দুৰ্যোগৰ এক প্ৰকাৰৰ তাণ্ডৱ সৃষ্টি হ’ব ৰাজ্যসমূহত।

উল্লেখ্য যে, দেশৰ ৬৪০ খন জিলাৰ ভিতৰত ৪৬৮ খন জিলাই সৰ্বাধিক বিপন্ন। ইয়াৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত আৰু বিপন্ন হৈছে অসমৰ ধেমাজি আৰু নগাওঁ জিলা দুখন।

অসমৰ ধেমাজি আৰু নগাওঁ জিলা দেশৰ সৰ্বোচ্ছ জলবায়ু স্পৰ্শকাতৰ জিলা বুলি জানিব পৰা গৈছে। ধেমাজি আৰু নগাওঁ জিলাৰ পিছতে সৰ্বাধিক বিপন্ন হোৱা জিলসমূহ হৈছে তেলেংগানাৰ খাম্মাম, ওড়িশাৰ গজপতি, অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰম, মহাৰাষ্ট্ৰৰ চাংলি আৰু তামিলনাডুৰ চেন্নাই জিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.