ৰাজ্যজুৰি উদযাপিত হৈছে শাৰদীয় দুৰ্গাপূজা। আজি সপ্তমী। ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰতো বিভিন্ন স্থানত উলহ মালহেৰে দুৰ্গা পুঁজা উদযাপিত হৈছে৷
ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকলৰ বাবে পূৰ্ৱৰ তুলনাত পূঁজা আয়োজন কৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বাবে দুৰ্গা পুঁজাৰ পূৰ্ৱৰ মাদকতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷ নাৰায়ণপুৰৰ ধলপুৰস্থিত শ্ৰীশ্ৰী পেটুৱা গোসাঁঞী থানটো উদযাপিত হৈছে দুৰ্গাপূজা৷
আজি সপ্তমী তিথিত শক্তিপীঠ খনত পুৱাৰে পৰা ভক্তৰ আগমন পৰিলক্ষিত হৈছে ৷ প্ৰতি বছৰে শক্তিপীঠ খনত উলহ মালহেৰে অনুষ্ঠিত হৈ আহিছে দুৰ্গা পুজা ৷ সবিশেষ দেখুৱাব নাৰায়ণপুৰৰ সংবাদ দাতা দিপান্ত কাকতিয়ে ।
Read Next
Assam
এপ্ৰিল 11, 2025
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল…
Assam
এপ্ৰিল 8, 2025
সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন-কংগ্ৰেছ নিজৰ মাজতে যুঁজত ব্যস্ত
Assam
এপ্ৰিল 8, 2025
কাজিৰঙাৰ বুকুত আনন্দৰ বন্যা…
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !

অসমলৈ গৌৰৱ… ISROত প্ৰশিক্ষণৰ সুবিধা পালে লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী চানভি শৰ্মাই
এপ্ৰিল 11, 2025
ফুল ফুলক বা নুফুলক বসন্ত আহিবই….নাহৰৰ পাতত পৰি কুলীয়ে বিনাইছে। চৌদিশে ব’হাগ-ব’হাগ গোন্ধ।
এপ্ৰিল 11, 2025
হিতেশৰ সৈতে সংসাৰ গঢ়াৰ মন নেকি মেৰী কমৰ! কোন এই হিতেশ চৌধুৰী?
এপ্ৰিল 11, 2025
‘ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী’ : মৃগেন শৰণীয়া