leatest updatenational

ৰাজধানী নতুন দিল্লীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে।

কৃত্ৰিম বানৰ ফলত দিল্লীত ১১জনকৈ লোকৰ মৃত্যু

ৰাজধানী নতুন দিল্লীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে। চতুৰ্থ দিনাও অপৰিৱৰ্তিত ৰূপত বান পৰিস্থিতি। বৰ্তমানলৈকে কৃত্ৰিম বানৰ ফলত দিল্লীত ১১জনকৈ লোকে মৃত্যুক সাৱটি ল’বলগা হৈছে।

নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকাই দেখা দিছে। ইফালে অহা ১২ ঘণ্টাৰ ভিতৰত ৰাজধানী মহানগৰীখনত প্ৰৱল ধুমুহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.