AssamCity newsCultureঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনশিল্পীসংগীতসংস্কৃতি

পদূলিমুখত হেঁপাহৰ ভোগালী! ভেলাঘৰ-মেজি সজাৰ বাবে ব্যস্ত ডেকা-বুঢ়া…..

পদূলিমুখত হেঁপাহৰ ভোগালী

মাঘ বিহুলৈ মাজত মাথো দুদিন

ৰাজ্যজুৰি ভোগালীৰ উচাহ-উদ্দীপনা

ৰাজ্যজুৰি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ভেলাঘৰ-মেজি সজাৰ বাবে ব্যস্ত ডেকা-বুঢ়া

আখলতো ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰীৰ

ঠায়ে ঠায়ে নিৰ্মাণ আটকধুনীয়া মেজি-ভেলাঘৰ

সুস্বাদু ব্যঞ্জনেৰে উৰুকা খাবলৈ সাজু ৰাজ্যবাসী

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.