অসমআঞ্চলিকদৈনিক বাতৰি

কি আছিল প্ৰণৱ মিলিৰ Suicide Note ত? কিয় Suicide কৰিলে প্ৰণৱ মিলিয়ে?

কি আছিল প্ৰণৱ মিলিৰ Suicide Note ত? কিয় Suicide কৰিলে প্ৰণৱ মিলিয়ে?

শান্তি পাবনে প্ৰণৱ মিলিৰ আত্মাই!

এফালে পৰিয়াল, আনফালে বেংকৰ ঋণ…

‘ল’ৰা-ছোৱালী মাকৰ লগত থাকিবলগীয়া হয়। সৰু ল’ৰা এটাও আছে। SBIত লোণ আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লোঁ’

‘গুৱাহাটীত চলিব নোৱাৰি। ছোৱালী কে বি স্কুলৰ বাবে মাকৰ লগত থাকিবলগীয়া হয়। সৰু ল’ৰা এটাও আছে’

কি আছিল প্ৰণৱ মিলিৰ শেষ ইচ্ছা?

‘যিহেতু ১৫টা বছৰ চাকৰিকাল আছে। মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম–কাজখিনি কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই’

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.