অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ৰাজ্যত অব্যাহত নকল সোণৰ অবাধ বেহা, শ্ৰীৰামপুৰত নকল সোণৰ নাওসহ ২ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত নকল সোণৰ অবাধ বেহা

শ্ৰীৰামপুৰত নকল সোণৰ নাওসহ ২ জনক গ্ৰেপ্তাৰ

বিক্ৰীৰ বাবে অনাৰ সময়ত আটক আৰক্ষীৰ

জব্দ ২ কেজি ওজনৰ নকল সোণৰ নাও

আটক বৰপেটাৰ ছানিদুল আলী, লখিমপুৰৰ বাবুল হুছেইন

শিমুলটাপু আৰক্ষী চকীত দুয়োকে জেৰা আৰক্ষীৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.