অসমদৈনিক বাতৰি

মূল্যবৃদ্ধিক লৈ AAPৰ উত্তাল প্ৰতিবাদ…

মূল্যবৃদ্ধিক লৈ AAPৰ উত্তাল প্ৰতিবাদ...

মূল্যবৃদ্ধিক লৈ আপ অসমৰ উত্তাল প্ৰতিবাদ

গণেশগুৰিৰ হনুমান মন্দিৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী

চৰকাৰবিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী

যোগান মন্ত্ৰীৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা

শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস নকৰিলে জংগী আন্দোলনৰ হুংকাৰ

আপ অসমৰ মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদস্থলী। স্বেচ্ছসেৱক সকলে মূল্য বৃদ্ধিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.