অসমদৈনিক বাতৰিভাৰতভ্ৰমণ

ৰজাঘৰীয়া আহিছে! চাওক কোন কোন পথৰে যাতায়ত কৰিব নোৱাৰিব আপুনি…

গৃহমন্ত্রীৰ ভ্ৰমণক লৈ মহানগৰীৰ কেইটামান পথেৰে যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে

ৰজাঘৰীয়া আহিছে। সেয়েহে মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে! গৃহমন্ত্রীৰ ভ্ৰমণক লৈ এই নিষেধাজ্ঞা আৰক্ষী-প্ৰশাসনৰ।

বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা মহানগৰীত। আজি বিয়লি ৪ৰ পৰা ৯ বজালৈ দিয়া হৈছে এই নিষেধাজ্ঞা।
GS ৰোড, AT, MG, GNB, বিবৰুৱা, KLB ৰোডত বাহন চলাচলত নিষেধাজ্ঞা।

কাইলৈ অৰ্থাত, ১০ মে’ৰ পুৱা ৮ৰ পৰা ২ বজালৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহানগৰীৰ ২৭, ১৭নং ঘাইপথত চলাব নোৱাৰিব যান-বাহনৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.