অসম

শীঘ্ৰেই ১০,০০০লৈ বৃদ্ধি পাব নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ দৰমহা…

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণী শৰ্মা, পল্লৱলোচন দাস, দিপ্লুৰঞ্জন শৰ্মা।

কলাক্ষেত্ৰত বিজেপিৰ অভিনন্দন অনুষ্ঠান। ৰাজ্যৰ বিজেপিৰ নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক অভিনন্দন জনোৱাৰ অৰ্থে আয়োজন কৰা হয় এই অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণী শৰ্মা, পল্লৱলোচন দাস, দিপ্লুৰঞ্জন শৰ্মা।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৱাৰ্ড সদস্যসকলৰ দৰমহা বৃদ্ধিৰ কথা। অসম চৰকাৰে ৫ৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি কৰিব ৱাৰ্ড সদস্যসকলৰ মাহিলি পাৰিশ্ৰমিক। শীঘ্ৰেই ৱাৰ্ডৰ অধ্যক্ষ-উপাধ্যক্ষৰো বৃদ্ধি হ’ব দৰমহা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.