অসমদৈনিক বাতৰি

গাখীৰ নোহোৱাকৈ বিহুত জলপান খাব লাগিব গোলাঘাটবাসীয়ে….

গাখীৰ নোহোৱাকৈ বিহুত জলপান খাব লাগিব গোলাঘাটবাসীয়ে....

অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত গোলাঘাটবাসীৰ বাবে আন এক বেয়া খবৰ। বৃদ্ধি হ’ল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য। সদৌ গোলাঘাট জিলা গো পালক সংন্থা আৰু জিলা প্ৰশাসনৰ যৌথ বৈঠকত এই সিধান্ত গ্ৰহণ কৰা হয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই লোৱা হয় এই সিদ্ধান্ত। ১০ এপ্ৰিলৰ পৰা বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰত ৬০ টকাৰ পৰা ৬৬ টকা, পনীৰ ৪০০ টকাৰ পৰা ৪৮০ টকা,ক্ৰীম ৪৬০ টকাৰ পৰা ৬০০,দৈ ১০০ টকাৰ পৰা ১২০ টকা,মাৱা ৫০০ টকাৰ পৰা ৬০০ আৰু ঘিউ ১০০০ টকাৰ পৰা ১৪০০ টকালৈ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.