অসম

দিচাঙে প্ৰাণ কাঢ়িলে এজনৰ, পুৱাই হুৱাদুৱা লাগিল দিচাংমুখত…

দিচাঙত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

শিৱসাগৰৰ দিচাংমুখত চাঞ্চল্যকৰ ঘটনা। মাছ মাৰিবলৈ যাওঁতে অঘটন। দিচাঙত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি।
মৃত যুৱক জন হৈছে টুলুমণি দাস।

 

দেওবাৰে পুৱা মাছ ধৰিবলৈ যাওঁতে দুৰ্ভাগ্যবশতঃ সলিল সমাধি হয় যুৱকজনৰ।মৃত টুলুমণি দাসৰ ঘৰ দিচাংমুখৰ জেইল গাঁৱত। প্ৰয়াত লক্ষেশ্বৰ দাসৰ পুত্ৰ আছিল টুলুমণি দাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.