Educationঅসম

৩১ মাৰ্চৰ পূৰ্বে সমাধান হ’ব শিক্ষকৰ সমস্যা। এই আশ্বাস দিলে শিক্ষা সঞ্চালকালয়ে

চাকৰি নিয়মীয়া কৰণ, বদলি কৰণ নীতি সমাধানৰ , পেন্সন আদি বিষয় সমূহ আলোচনাৰ মাধ্যমেৰে পূৰণৰ  আশ্বাস।

৩১ মাৰ্চৰ পূৰ্বে সমাধান হ’ব শিক্ষকৰ সমস্যা। এই আশ্বাস দিলে শিক্ষা সঞ্চালকালয়ে।

প্ৰতিবাদী শিক্ষক সমাজৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিলে শিক্ষা বিভাগৰ প্ৰধান সচিব প্ৰীতম শইকীয়াই। মৰগীয়া বানচৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি।

চাকৰি নিয়মীয়া কৰণ, বদলি কৰণ নীতি সমাধানৰ , পেন্সন আদি বিষয় সমূহ আলোচনাৰ মাধ্যমেৰে পূৰণৰ  আশ্বাস। শিক্ষকসকল ৰাজপথলৈ আহিব লগা হোৱা নাছিল বুলি মন্তব্য প্ৰধান সচিবগৰাকীৰ। আকৌ  শিক্ষক সকলে আন্দোলন কৰিব লগা পৰিৱেশ নহয় বুলি মন্তব্য শইকীয়াৰ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.