অপৰাধদিল্লীভাৰত

দিল্লীত কূটাঘাটৰ পৰিকল্পনা চলিছে! ভয়ংকৰ তথ্য..

দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটি ঘৰত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছে IED আৰু বহু আপত্তিজনক নথি-পত্ৰ।

দিল্লীত কূটাঘাটৰ পৰিকল্পনা চলিছে! ভয়ংকৰ তথ্য..

দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটি ঘৰত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰিছে IED আৰু বহু আপত্তিজনক নথি-পত্ৰ।

জানিব পৰা মতে, দিল্লীত কূটাঘাটৰ পৰিকল্পনাৰে সীমাপুৰীৰ কাছিম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত তিনিজন সন্দেহযুক্ত মৌলবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল দিল্লী আৰক্ষীয়ে। অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই উগ্ৰপন্থীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে যদিও নিজৰ সামগ্ৰী ভৰ্তি বেগ কোঠাতে এৰি থৈ যায়। আৰক্ষীয়ে বেগটোত শক্তিশালী বোমা থকাৰ সন্দেহ কৰি NSGক খবৰ দিয়ে। NSG ৰ দল সেই স্থানত উপস্থিত হৈ বেগটোত শক্তিশালী IED উদ্ধাৰ কৰাৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ কৰে।

ইতিমধ্যে NSG ৰ দলে IEDটো নিস্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.