শ্ৰেণীবিহীন

টাটা মটৰচৰ নতুন গাড়ীত স্থান পালে অসমে! গঁড়ৰ প্ৰতীকেৰে উলাল ‘আনটেমড কাজিৰঙা এডিচন’

অত্যাধুনিক এছ ইউ ভি ব্ৰেণ্ডৰ টাটা মটৰছৰ গাড়ী অচিৰেই বজাৰত মুকলি হ'ব৷ কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ'ল যে, অত্যাধুনিক গাড়ীখনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গঁড়ৰ লগতে ইয়াৰ বৈচিত্ৰ্যপুৰ্ণ বন্যপ্ৰাণীৰ প্ৰতি শ্ৰদ্ধা জনাই টাটা মটৰছে নতুন মডেলৰ এই গাড়ীখনৰ নাম আনটেমড কাজিৰঙা এডিচন বুলি নামকৰণ কৰিছে

বিশ্বৰ আগশাৰীৰ গাড়ী নিৰ্মাণকাৰী উদ্যোগ টাটা মটৰচৰ নতুন গাড়ীত স্থান পালে অসমে! গঁড়ৰ প্ৰতীকেৰে উলাল ‘আনটেমড কাজিৰঙা এডিচন’।

অত্যাধুনিক এছ ইউ ভি ব্ৰেণ্ডৰ টাটা মটৰছৰ গাড়ী অচিৰেই বজাৰত মুকলি হ’ব৷ কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ’ল যে, অত্যাধুনিক গাড়ীখনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গঁড়ৰ লগতে ইয়াৰ বৈচিত্ৰ্যপুৰ্ণ বন্যপ্ৰাণীৰ প্ৰতি শ্ৰদ্ধা জনাই টাটা মটৰছে নতুন মডেলৰ এই গাড়ীখনৰ নাম আনটেমড কাজিৰঙা এডিচন বুলি নামকৰণ কৰিছে৷
ইতিমধ্যে গাড়ীখনৰ বাবে কাজিৰঙাৰ মোহময়ী দৃশ্যাৱলীৰে টাটাই প্ৰস্তুত কৰিছে আকৰ্ষণীয় বিজ্ঞাপন। গাড়ীখনত সংলগ্ন কৰা হৈছে গঁড়ৰ এক প্ৰতীকো৷

এতিয়া বিশ্বৰ আগশাৰীৰ মটৰ গাড়ী নিৰ্মাণ উদ্যোগ টাটা মটৰছৰ নতুন মডেল ‘আনটেমড কাজিৰঙা এডিচনৰ এছ ইউ ভি’ গাড়ীত উজলিব কাজিৰঙা আৰু কাজিৰঙাৰ এশিঙীয়া গঁড়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.