অসমৰাজনৈতিক

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই! ঘৰে ঘৰে গৈ কৰিব কেম্পেইন…

এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত।

আজি উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডেৰাডুনত ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ লগতে ৰুদ্ৰপুৰত এক জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, পোনপ্ৰথমবাৰলৈ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ ভাৰতত চলাব নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে, পুৱা ৯ বজাত উত্তৰাখণ্ডলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী। আনহাতে, এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.