Social Networkঅভিনয়বলিউডভাৰতমনোৰঞ্জন

বিগ বছ ১৫ৰ খিতাপ আজুৰিলে তেজস্বী প্ৰকাশে, তাৰ লগতে ছলমান খানে কৰিলে এটা ডাঙৰ ঘোষণা

বিগ বছ ১৫ৰ বিজয়ৰ ঘোষণাৰ লগতে শ্ব’ৰ হোষ্ট ছলমান খানে কৰে আন এটি ডাঙৰ ঘোষণা

সহজপাল (Pratik Sehajpal)ক হৰুৱাই তেজস্বী প্ৰকাশে (Tejasswi Prakash) দখল কৰিলে বিগ বছ ১৫ৰ জয়ৰ খিতাপ। শ্ব’ৰ হোষ্ট ছলমান খানে দেওবাৰে এই কথা ঘোষণা কৰে। তেজস্বী প্ৰকাশ বিগ বছ এইবাৰৰ ছিজনৰ চূড়ান্ত বিজয়ী হোৱাৰ লগতে প্ৰথম ৰানাৰচআপ হয় প্ৰতীক সহজপাল আৰু দ্বিতীয় ৰানাৰচআপ হয় কৰন কুন্দ্ৰা।

বিগ বছ ১৫ৰ বিজয়ৰ ঘোষণাৰ লগতে শ্ব’ৰ হোষ্ট ছলমান খানে কৰে আন এটি ডাঙৰ ঘোষণা। ছলমান খানে কয় , একতা কাপুৰৰ ছুপাৰহিট ড্ৰামা নাগিনৰ পৰৱৰ্তী ছিজনৰ নাগিন হ’ব তেজস্বী। ছলমান খানে বিগ বছ ১৫ৰ বিজয়ী আৰু নাগিন ৬ৰ নাগিনৰ নাম প্ৰকাশ কৰি অনুৰাগীক দুগুণ আনন্দিত কৰে।

তেজস্বী, প্ৰতীক আৰু কৰণ কুন্দ্ৰাৰ পিছত শমিতা শেট্টী বিগ বছ ১৫ৰ চতুৰ্থ স্থানত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.