আন্তঃৰাষ্ট্ৰীয়খেল

দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰি আবেগিক হৈ পৰিল ৰাফেল নাদাল

স্পেইনৰ চুপাৰষ্টাৰ গৰাকীয়ে পুৰুষ ছিংগলছৰ প্ৰত্যাহ্বান পূৰ্ণ ফাইনেল খেলখনত ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি ২১ সংখ্যক গ্ৰেণ্ড শ্লেম জয় কৰি অভিলেখ গঢ়ে

দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰিলে স্পেইনৰ ৰাফেল নাদালে।

স্পেইনৰ ৰাফেল নাদালে দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰে। স্পেইনৰ চুপাৰষ্টাৰ গৰাকীয়ে পুৰুষ ছিংগলছৰ প্ৰত্যাহ্বান পূৰ্ণ ফাইনেল খেলখনত ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি ২১ সংখ্যক গ্ৰেণ্ড শ্লেম জয় কৰি অভিলেখ গঢ়ে।

ইতিহাস ৰচনা কৰাৰ পিছত, নাদাল আৱেগিক হৈ পৰে আৰু ইয়াক তেওঁৰ জীৱনৰ আটাইতকৈ গৌৰৱময় মুহূৰ্তবোৰৰ এটা বুলি অভিহিত কৰে। দানিল মেদভেদেভৰ বিৰুদ্ধে ৫ ঘণ্টা ২৪ মিনিটৰ ফাইনেল খেলখনত ৰাফেল নাদালৰ এইয়া ঐতিহাসিক বিজয়। বিজয়ৰ পাছতে সংবাদমাধ্যমৰ আগত আবেগিক হৈ পৰে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.