অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘কংগ্ৰেছৰ ৫০ শতাংশ মানুহ এতিয়াও মোৰ লগতে আছে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২২ বছৰে মই কংগ্ৰেছ দলতে আছিলো। জীৱনৰ শেষৰ দিনটোলৈকৈ কংগ্ৰেছৰ কথা গম পাই থাকিম।

৫০ শতাংশ কংগ্ৰেছী এতিয়াও মোৰ লগতে আছে।

২২ বছৰে মই কংগ্ৰেছ দলতে আছিলো।

জীৱনৰ শেষৰ দিনটোলৈকৈ কংগ্ৰেছৰ কথা গম পাই থাকিম।

কংগ্ৰেছ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − two =

Back to top button