অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘কেজৰিৱালে অসমলৈ আহি এবাৰ মোৰ বিৰুদ্ধে কৈ চাওক’: হিমন্ত বিশ্ব শৰ্মা

অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সাহস আছে যদি মোৰ বিৰুদ্ধে কিবা দুৰ্নীতিৰ অভিযোগ দিয়ক।

অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

সাহস আছে যদি মোৰ বিৰুদ্ধে কিবা দুৰ্নীতিৰ অভিযোগ দিয়ক।

মই পিছদিনাই কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিম।

মোৰ বিৰুদ্ধে দুৰ্নীতিৰ কিবা গোচৰ আজিলৈ দেখিছে নেকি?

মনীষ চিছ’ডিয়াৰ প্ৰসংগও আজুৰি আনিলে মুখ্যমন্ত্ৰী শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button