অসমগুৱাহাটীভাৰতৰাজনৈতিক

KLOত আৰম্ভ অন্তঃকন্দল !

KLOৰ ২ শীৰ্ষ সদস্যক সংগঠনৰ পৰা বহিষ্কাৰ...

KLOত আৰম্ভ অন্তঃকন্দল!

KLOৰ ২ শীৰ্ষ সদস্যক সংগঠনৰ পৰা বহিষ্কাৰ

বিজয় কোচ, জোন কোচক KLOৰ পৰা বহিষ্কাৰ

নীতি বহিৰ্ভূত কাম কৰাৰ বাবে বহিষ্কাৰৰ সিদ্ধান্ত

সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ KLO প্ৰধান জীৱন সিংহৰ

বহিষ্কাৰৰ পাছতে জীৱন সিংহৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

‘KLOৰ মুৰব্বী জীৱন সিংহ RAWৰ এজেণ্ট’

‘কেতিয়াবাই বিক্ৰী হৈ গৈছে জীৱন সিংহ’

প্ৰতিক্ৰিয়া শান্তি আলোচনালৈ অহা KLOৰ সদস্য কৰ্ণ বৰ্মনৰ

তেও কয় জীৱন সিংহই সংগঠনটোৰ মাজত মত বিনিময় নকৰাকৈ এই বহিস্কাৰৰ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত আমি মানি নলও।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.