Covid-19অসমজীৱনশৈলী

ৰাজ্যজুৰি ক’ভিডসৃষ্ট পৰিৱেশে দুৰ্যোগ নামাই আনিছে বেণ্ড পাৰ্টি দলৰ শিল্পীসকলৰ জীৱনলৈ

সান্ধ্য আইন, মিনি লকডাউনত দিশহাৰা এতিয়া শিল্পীসকল

সান্ধ্য আইন, মিনি লকডাউনে দুৰ্যোগ নমাই  আনিছে কামপুৰৰ বেণ্ড পাৰ্টি দলৰ শিল্পীসকললৈ।

  ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যজুৰি সান্ধ্য আইন  আৰু মিনি লকডাউন চলি থকাৰ ফলত দুৰ্যোগ নামি  আহিছে কামপুৰৰ কেইবাটাও বেণ্ড পাৰ্টি দলৰ শিল্পীৰ জীৱনলৈ।

  বিবাহ অনুষ্ঠানৰ লগতে উৎসৱ পাৰ্বনত বেণ্ড বজাই পোৱা ধনেৰে পৰিয়াল পোহপাল দিয়া কামপুৰ দৰঙীয়াল গাঁৱৰ নৱ-সূৰুজ শিল্পী দলটোৰ সদস্যসকল এতিয়া দিশহাৰা হৈ পৰিছে ।

  কভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষৰ পৰা বন্ধ হৈ আছে বেণ্ডৰ ব্যৱসায়। যাৰ বাবে চৰকাৰ তথা বিধায়কৰ পৰা কিছু সহায়ৰ আশা কৰিছে বেণ্ডপাৰ্টি দলৰ এই শিল্পীসকলে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.