Internationalleatest updatePMo indiaSocial

দেশবাসীলৈ এক সুখবৰ! ৮ প্ৰাক্তন নৌ-সেনাক মৃত্যুদণ্ডৰ পৰা ৰেহাই কাটাৰ আদালতৰ

কাটাৰৰ ‘কোৰ্ট অৱ আপিল’ৰ এই ৰেহাই ৰায়দান

বছৰটোৰ শেষত দেশবাসীলৈ আন এক সুখবৰ

ভাৰতীয় কূটনীতিয়ে সাব্যস্ত কৰিলে আন এক বিষয়

কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ নৌ-সেনা বিষয়াক ৰেহাই

৮ প্ৰাক্তন নৌ-সেনাক মৃত্যুদণ্ডৰ পৰা ৰেহাই কাটাৰ আদালতৰ

কাটাৰৰ ‘কোৰ্ট অৱ আপিল’ৰ এই ৰেহাই ৰায়দান

আদালতৰ চূড়ান্ত শুনানিত উপস্থিত আছিল ভাৰতৰ ৰাষ্ট্ৰদূত

শুনানিকালত উপস্থিত আছিল ৮ নৌ-সেনাৰ পৰিয়ালবৰ্গও

কাটাৰত আবদ্ধ প্ৰাক্তন নৌ-সেনা বিষয়াৰ মুক্তিৰ বাবে তৎপৰ বৈদেশিক মন্ত্ৰালয়

কাটাৰৰ নিম্ন আদালত ‘কোৰ্ট অৱ ফাৰ্ষ্ট ইন্সটেন্সে’ দিছিল মৃত্যুদণ্ডৰ ৰায়

অৱশ্যে মৃত্যুদণ্ডৰ পৰিৱৰ্তে কিমান দীঘলীয়া হ’ব কাৰাবাস, সেই সন্দৰ্ভত এই পৰ্যন্ত প্ৰকাশ পোৱা নাই কোনো তথ্য। শেহতীয়া তথ্য অনুসৰি কাটাৰৰ  সৰ্বোচ্চ ন্যায়ালয় ‘কোৰ্ট অৱ কন্সেচন’ত ৮ নৌসেনা বিষয়া কেইগৰাকীৰ কাৰামুক্তিৰ বাবে কৰা হ’ব আবেদন। উল্লেখ্য যে কাটাৰত বসবাস কৰি থকা ৮ প্ৰাক্তন নৌসেনা বিষয়াৰ বিৰুদ্ধে ইজৰাইলৰ হকে চোৰাংচোৱাগিৰি কৰাৰ দৰে গুৰুতৰ অভিযোগত দণ্ডিত হৈছিল প্ৰাক্তন সেনা বিষয়া কেইগৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + nine =

Back to top button