অসমদৈনিক বাতৰিৰাষ্ট্ৰীয় সুৰক্ষা

৩১ ডিচেম্বৰ নিশাৰ অভিযান সন্দৰ্ভত মহানগৰ আৰক্ষীৰ সংবাদমেল

যোৱা নিশাত এটাও দুৰ্ঘটনা সংঘটিত নহ'ল

◾ মহানগৰ যানবাহন আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মহানগৰ আৰক্ষীৰ সংবাদমেল

◾ সংবাদমেল সম্বোধন মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ

◾ ৩১ ডিচেম্বৰ নিশাৰ অভিযান সন্দৰ্ভত সংবাদমেল

◾ থাৰ্টি ফাৰ্ষ্টৰ নিশাটো দুৰ্ঘটনা মুক্ত দিন হিচাপে গঢ়ি তোলাৰ বাবে ৰাইজক ধন্যবাদ

◾ যোৱা নিশাত এটাও দুৰ্ঘটনা সংঘটিত নহ’ল

◾ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ৰাইজৰ ইতিবাচক সঁহাৰি জনালে

◾ কালি মহানগৰীৰ ৫৫টাকৈ স্থানত তালাচী অভিযান চলাইছিল

◾ মুঠ ১১৫টা সুৰাপায়ী চালক চিনাক্ত হৈছে

◾ ৩১ ডিচেম্বৰ তাৰিখে ৬৩খন লাইচেঞ্চ, ৫২ বাহন জব্দ কৰা হৈছে

◾ ডিচেম্বৰ মাহত ১২১৬৪ টা হেলমেট পৰিধান নকৰা কেচ ধৰা পৰিছে

◾ ২২ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ ৬৩৮টাকৈ কেচ আহিছে

◾ যানবাহন আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমনা সংগ্ৰহ জানুৱাৰী-জুলাইলৈ ১কোটি ২০ লাখ

◾ আগষ্ট-ডিচেম্বৰলৈ ৩কোটি ৪০ লাখ টকা

◾ কেৱল ডিচেম্বৰ মাহত ৪কোটি ৪০ লাখ জৰিমনা সংগ্ৰহ

◾ বিগত ২০১৮ চনত গুৱাহাটী পথ দুৰ্ঘটনাত ২৫৮টাকৈ মৃত্যুৰ ঘটনা

◾ ২০২১ চনত ২৪৭ পথ দুৰ্ঘটনাত মৃত্যু হৈছে

◾ ২০১৮ চনত আঘাটপ্ৰাপ্ত ৭৭৫ লোক

◾ পথ দুৰ্ঘটনাত ২০১৯ চনত ৮৩৬ জন আঘাতপ্ৰাপ্ত

◾ ২০২০ চনত ৫৮৩ জন আঘাতপ্ৰাপ্ত হৈছে

◾ ২০২০ চনৰ ৩১ ডিচেম্বৰত ৭টা পথ দুৰ্ঘটনাত ৫গৰাকী আঘাতপ্ৰাপ্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 13 =

Back to top button