অসমধৰ্মীয়ধাৰ্মিকভাৰত

এইবাৰ গণেশ চতুৰ্থীয়ে ৩টা ৰাশিৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা! কোন কেইটা ৰাশি চাওঁক

গণেশ বাবাৰ আৰ্শীবাদ পাবলৈ পূজাৰ সময়ত কৰক এই কেইটা কাম

আজি গণেশ চতুৰ্থী। দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা গণেশক। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত পালন কৰা হয় গণেশ চতুৰ্থী। এইবাৰ গণেশ চতুৰ্থী গণেশ স্থাপনৰ সঠিক সময় পুৱা ১১ বাজি ৫ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৩৮ মিনিটলৈকে। গণেশৰ আশিষ বিচাৰি দেশৰ গণেশ মন্দিৰ সমূহত সমাগম ঘটিছে ভক্তৰ।

এইবাৰ গণেশ চতুৰ্থীয়ে ৩টা ৰাশিৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা। কৰ্কট, বৃশ্চিক আৰু তুলা এই ৩টা ৰাশিৰ জাতকৰ ওপৰত এইবাৰ গণেশৰ কৃপা দৃষ্টি বেছিকৈ পৰিব। গণেশ বাবাৰ আৰ্শীবাদত সকলো কষ্ট দূৰ হোৱাৰ লগতে বৃদ্ধি হ’ব ধন সম্পত্তিৰো।

 

গণেশ বাবাৰ আৰ্শীবাদ পাবলৈ গণেশ পূজাৰ সময়ত কৰক এই কেইটা কাম।
🔹গণেশ বাবাৰ আৰ্শীবাদ পাবলৈ বিধিসন্মত ভাৱে গণেশৰ পুজা কৰক লগতে গুৰত বিশুদ্ধ ঘিউ মিহলাই প্ৰসাদ হিচাপে আগবঢ়াওক আৰু সেই প্ৰসাদ গৰুক খুৱাওক।
🔹গুৰৰ সৰু সৰু ২১টা লাডু বনাই অৰ্পন কৰক গণেশৰ চৰণত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.