Assamassam policeCity newsEducationEntertainmentInternationalInternationalleatest updatenationalSocialSocial Networkঅৰ্থনৈতিকঅসমআন্তঃৰাষ্ট্ৰীয়

নতুন দিল্লীত সমাজসেৱিকা ড° আছমা বেগমক বঁটা প্রদান

গ্ল'বেল ইনফ্লুয়েন্সাৰ এণ্ড য়ুথ লীডাৰশ্বিপ এৱার্ড ড° আছমা বেগমলৈ

ৱৰ্ল্ড ৱমেন অর্গেনাইজেচনৰ অধ্যক্ষ নতুন দিল্লীত সমাজসেৱিকা ড° আছমা বেগমক বঁটা প্রদান । সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে গ্ল’বেল ইনফ্লুয়েন্সাৰ এণ্ড য়ুথ লীডাৰশ্বিপ এৱার্ডেবে সম্মানিত কৰা হয় ইউ এছ টি এমৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বিভাগৰ সঞ্চালক আৰু ৱৰ্ল্ড ৱমেন অর্গেনাইজেচনৰ অধ্যক্ষা ড° আছমা বেগমক । নতুন দিল্লীব হজ খাছস্থিত পি এইচ ডি চেম্বাৰ অব্ কমার্চ এণ্ড ইন্ড্রাষ্ট্রিত আনুষ্ঠানিকভাৱে ড° বেগমক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোত নেপালৰ উচ্চ আয়ুক্ত, ভাৰতত থকা ৰাছিয়ান ফেডাৰেচনৰ দূতাবাসৰ কূটনৈতিক মিছনৰ মুৰব্বীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত বঁটাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচিত হোৱা একমাত্র সমাজসেৱিকা হৈছে ড° আছমা বেগম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button