অসম

CM Securityত ব্যাপক সালসলনি…

কইনাধৰাত সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে। মত বিনিময় অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সংবাদমেল। কইনাধৰাত সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে। মত বিনিময় অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। তাৰে ভিতৰত মুখ্যমন্ত্ৰীৰ কনভয়ৰ কথাও উল্লেখ। গুৱাহাটীত হ্ৰাস পাব মুখ্যমন্ত্ৰীৰ কনভয়ত থকা গাড়ীৰ সংখ্যা। পূৰ্বে কনভয়ত ২২ খন গাড়ী থকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব মাত্ৰ ৭খন গাড়ী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.