অসমৰাজনৈতিক

সুশান্ত বৰগোহাঁইৰ পদত্যাগ

পদত্যাগ পত্ৰ গ্ৰহণ APCCয়ে

সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ APCCৰ।

APCCৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই শনিবাৰে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ।

পত্ৰযোগে এই কথা জনালে APCCৰ সাধাৰণ সম্পাদকে।

উল্লেখ্য যে,

যোৱা ৩০জুলাইত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল সুশান্ত বৰগোহাঁয়ে।

অচিৰেই বিজেপিত যোগদান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে।

অহা ২আগষ্টত গোহাঁয়ে যোগদান কৰিব বিজেপিত।

এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.