ৰাষ্ট্ৰীয় সুৰক্ষা

পুনৰ ৰাঙলী জম্মু-কাশ্মীৰ, কাশ্মীৰি পণ্ডিতলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলী…

ততাতৈয়াকৈ আহত ব্যক্তিজনক লৈ যোৱা হয় শ্ৰীনগৰৰ আৰ্মী হাস্পতাললৈ

অশান্ত কাশ্মীৰত কাশ্মীৰি পণ্ডিতলৈ লক্ষ্য কৰি পুনৰ গৰজিছে সন্ত্ৰাসবাদীৰ গুলী। জম্মু-কাশ্মীৰৰ শ্ব’পিয়ান জিলাত সোমবাৰে বিয়লি এগৰাকী ব্যৱসায়ী কাশ্মীৰি পণ্ডিতলৈ গুলী নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে।

 

আহত ব্যক্তিজন হৈছে শ্ব’পিয়ান জিলাৰ ছতাগাম গাঁৱৰ চনু কুমাৰ বালাজী। ততাতৈয়াকৈ আহত ব্যক্তিজনক লৈ যোৱা হয় শ্ৰীনগৰৰ আৰ্মী হাস্পতাললৈ। বৰ্তমান সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে সেনাই।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.