অসমদৈনিক বাতৰিবতৰ

প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন হ’ব অসমত

প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন হ’ব অসমত

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

এপ্ৰিল, মে’ আৰু জুন মাহত বৃদ্ধি পাব তাপমাত্ৰা

তিনিওটা মাহতে হ্ৰাস পাব বৰষুণৰ মাত্ৰা

৩৫ৰ পৰা ৪৫ ডিগ্ৰী চেলচিয়াচলৈ উঠিব পাৰাস্তম্ভ

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত উদ্বিগ্ন ৰাজ্যবাসী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − four =

Check Also
Close
Back to top button