Himanta Biswa Sarmaleatest updatenationalPMo indiapoliticalSocial

আজিৰে পৰা ১৯ দিনীয়াকৈ অনুষ্ঠিত সংসদৰ শীতকালীন অধিৱেশন

উত্থাপন হ'ব ২১খনকৈ বিধেয়ক

আজি লোকসভাত দাখিল হ’ব এথিক্স কমিটীৰ প্ৰতিবেদন

TMCৰ সাংসদ মহুৱা মৈত্ৰৰ বৰ্খাস্তকৰণৰ প্ৰস্তাৱ প্ৰতিবেদনত

উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে সদনৰ অধিৱেশন

কেইবাখনো বিধেয়ক গৃহীতৰ কাৰণে তালিকাভুক্ত চৰকাৰৰ

৩খন ফৌজাদাৰী আইন সলনিৰ বিধেয়ক দাখিল হ’ব সদনত

ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা…

ভাৰতীয় সাক্ষ্য সংহিতা বিধেয়ক দাখিল হ’ব সদনত

এই বিধেয়ক গৃহীত হ’লে সলনি হ’ব IPC, CRPC, EVIDENCE ACT.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 1 =

Back to top button