Educationঅসম

বাতিল হ’ল মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা

৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল

বাতিল হ’ল মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। দল-সংগঠনৰ সৈতে হোৱা বৈঠকৰ অন্তত বাতিল কৰা হ’ল পৰীক্ষা। আছু, এবছু, শিক্ষা সংসদৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বৈঠকত গ্ৰহম কৰা হ’ল এই সিদ্ধান্ত।

দল-সংগঠনৰ বৈঠকৰ অন্তত শিক্ষা বিভাগে ল’লে এই চূড়ান্ত সিদ্ধান্ত। বিদ্যালয়ৰ আভ্যন্তৰীণ ফলাফলৰ ভিত্তিত কৰা হ’ব মূল্যায়ন। এসপ্তাহৰ ভিতৰতে দিয়া হ’ব মূল্যায়নৰ ফৰ্মূলা। ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল। ফলাফল দিয়া সন্দৰ্ভত গঠন কৰা হ’ব উচ্চস্তৰীয় কমিটী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.