AssamSportsঅসমখেলদৈনিক বাতৰিভাৰত

আজি অন্ত পৰিব ৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ…

আজি অন্ত পৰিব ৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ

আজি অন্ত পৰিব ৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ

গোৱাত অনুষ্ঠিত হৈছে এই বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া

অন্তিম দিনা দুটাকৈ ইভেণ্টত অংশ লৈছিল অসমৰ খেলুৱৈয়ে

চাইক্লিং আৰু শ্বুটিঙত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অসমে

অৱশ্যে দুয়োটা ইভেণ্টতে পদক লাভৰ বঞ্চিত অসম

৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমলৈ সৰ্বমুঠ ৫৬টা পদক

১৪টা সোণ, ২০টা ৰূপ, ২২টা ব্ৰঞ্জৰ পদক দখল অসমৰ

বিগত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা আছিল ২৮টা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.