Socialঅপৰাধঅসম

প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে ফাদিল হৈছে ন ন তথ্য নেওগ

মৃদুপৱনৰ জীৱনত প্রভাৱ আছে হাইপ্রফাইল জ্যোতিষী মৃণালিনীৰ

প্রৱঞ্চক মৃদুপৱনৰ বিৰুদ্ধে ফাদিল হৈছে ন ন তথ্য।

মৃদুপৱনৰ জীৱনত প্রভাৱ আছে ভগ্নী মৃণালিনী নেওগ ওৰফে আটলান্টা কাশ্যপৰ। হাইপ্রফাইল জ্যোতিষী মৃদুপৱনৰ জ্যেষ্ঠ ভগ্নী মৃণালিনী নেওগে গঢ়ি তুলিছিল বৃহৎ ক’লা সাম্রাজ্য।

দীৰ্ঘদিন ধৰি মুম্বাইৰ বাসিন্দা মৃণালিনীৰ জীৱনশৈলী ৰাধেমা দৰে।

বহু ক্ষমতাশালী ব্যক্তিৰে সুসম্পৰ্ক আছে মৃণালিনীৰ।

পলাতক প্রৱঞ্চক মৃদুপৱনৰ পিতৃৰ বিৰুদ্ধেও আছে গুৰুতৰ অভিযোগ।

জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ আছে পিতৃ থানেশ্বৰ নেওগৰ বিৰুদ্ধে। কাৰ্বিআংলঙৰ খটখটি হাইস্কুলত হিন্দীৰ শিক্ষক আছিল মৃদুপৱনৰ পিতৃ থানেশ্বৰ নেওগ।

হিন্দীৰ মধ্যমা আৰু বিশাৰদ পৰীক্ষা ভুৱা প্রমাণ পত্র দাখিল কৰিছিল থানেশ্বৰ নেওগ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.