অসমউৎসৱধৰ্মীয়মনোৰঞ্জন

নৃত্যৰ চন্দে চন্দে মৰতলৈ নামি আহিল দেৱী দুৰ্গা

শাৰদীয় দুৰ্গোৎসৱৰ মহালয়াত বিশেষ দুৰ্গাবন্দনা

শাৰদীয় দুৰ্গোৎসৱৰ মহালয়াত তেজপুৰত এক বিশেষ দুৰ্গাবন্দনা৷

তেজপুৰৰ বামুনি পাহাৰত দশভূজাৰ অনন্য ৰূপ৷ চন্দোময় নৃত্যৰে সৰ্বসাধাৰণলৈ শাৰদীয় শুভেচ্ছা মহিষাসুৰমৰ্দিনীৰ৷

প্ৰাচীন কীৰ্তিচিহ্নৰ ধ্বংসাৱশেষৰ খণ্ডৰে তেজপুৰৰ ঐতিহ্যক সোঁৱৰাই দিয়া বামুনিপাহাৰৰ অনন্য পৰিৱেশত দুৰ্গা বন্দনা৷

সত্ৰীয়া শিল্পী ড° প্ৰতিভা শৰ্মাৰ তত্বাবধানত ইয়াত পাঁচগৰাকী নৃত্যাংগনাই দুৰ্গাবন্দনাৰে পৰিৱেশন কৰিলে এক মনোমোহা নৃত্য৷ নৃত্যৰ চন্দে চন্দে যেন এনেদৰেই মহালয়াৰ পুৱা মৰতলৈ নামি আহিল সিংহবাহিনী দেৱী দুৰ্গা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button