অসমদৈনিক বাতৰি

দৰঙৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ দৰঙজিলা প্ৰশাসন

কিছুসময়ৰ পিছতেই আৰম্ভ কৰা হ’ব উচ্ছেদ অভিযান

দৰঙৰ গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে দৰঙজিলা প্ৰশাসন। সাজু হৈছে কেইবা শতাধিক নিৰাপত্তাৰক্ষী।

বেদখলকৃত ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে ১০টা জ’নত ভাগ কৰা হৈছে। কিছুসময়ৰ পিছতেই আৰম্ভ কৰা হ’ব উচ্ছেদ অভিযান। ১ আৰু ৩ নং ধলপুৰৰ পৰা আৰম্ভ হ’ব উচ্চেদ কাৰ্য।

উল্ল্যেখযোগ্য যে, প্ৰব্ৰজনকাৰী সংখ্যালঘু একাংশ লোকে উক্ত ভূমি বেদখল কৰিছিল। এই বেদখলকৃত ভূমিসমুহত ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৯ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে কৃষিপ্ৰকল্প ৰূপায়নৰ বাবে কাৰ্যব্যৱস্হা হাতত লৈছে আৰু আজি উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.