অসমগুৱাহাটীদৈনিক বাতৰি
AECৰ ঘটনাৰ পিছত কঠোৰ হৈছে JEC কৰ্তৃপক্ষ! নিশা ৮ বজাৰ পিছত বন্ধ হ’ব JECৰ গেট
AECৰ ঘটনাৰ পিছত কঠোৰ হৈছে JEC কৰ্তৃপক্ষ! নিশা ৮ বজাৰ পিছত বন্ধ হ’ব JECৰ গেট
![AECৰ ঘটনাৰ পিছত কঠোৰ হৈছে JEC কৰ্তৃপক্ষ! নিশা ৮ বজাৰ পিছত বন্ধ হ’ব JECৰ গেট AECৰ ঘটনাৰ পিছত কঠোৰ হৈছে JEC কৰ্তৃপক্ষ! নিশা ৮ বজাৰ পিছত বন্ধ হ’ব JECৰ গেট](https://prathamkhabartv.com/wp-content/uploads/2023/05/46843624_g1-780x470.jpg)
AECৰ অধ্যক্ষৰে মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক
AECৰ ছাত্ৰৰ মৃত্যু উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা
প্ৰতিখন আভিযান্ত্ৰিক মহাবিদ্যালয়ক লৈ তদন্ত
১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ
নিশা ৮ বজাৰ পিছত কেম্পাছৰ বাহিৰত ওলোৱা নিষেধ
AECৰ ঘটনাৰ পিছত JECতো নতুন নিয়ম
নিশা ৮ বজাৰ পিছত বন্ধ হ’ব JECৰ গেট
কঠোৰ হৈছে JEC কৰ্তৃপক্ষ
AECৰ অৰাজকতাৰ তথ্য পোহৰলৈ অহাৰ পিছত তৎপৰ শিক্ষা বিভাগ