অসমৰাজনৈতিক

উপ-নিৰ্বাচনৰ Live Update

উপ-নিৰ্বাচনৰ Live Update

০৯:২১ – বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে ৫৭৫৪ টা ভোট৷
থাওৰাত তৃতীয় ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ৫৭৪৬টা ভোটত আগবাঢ়ি আছে সুশান্ত বৰগোঁহাই৷
০৯:২০- ভৱানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি।
ৰাইজৰ দলৰ ধৈৰ্য কোৱঁৰে লাভ কৰিছে মাত্ৰ ১৪৩৯টা ভোট।
০৯:১৯- থাওৰাত দ্বিতীয় ৰাউণ্ডত নিকটতম প্ৰতিদ্বন্দ্বী ধৈৰ্য কোঁৱৰতকৈ সুশান্ত বৰগোঁহাই আগবাঢ়ি আছে ৪,৫৯০টা ভোটত৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + five =

Check Also
Close
Back to top button