leatest updateঅসমদৈনিক বাতৰি

মাজুলীত ৭ কেজি ৪০০ গ্ৰাম গাঞ্জা দাহন। বিশ্ব ড্ৰাগছ দিৱস লগত সংগতি ৰাখি মাজুলীত আৰক্ষী প্ৰশাসনৰ এই কাৰ্য।

বিশ্ব ড্ৰাগছ দিৱস লগত সংগতি ৰাখি মাজুলীত আৰক্ষী প্ৰশাসনৰ এই কাৰ্য।

আজি আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি মাজুলীত ৭ কেজি ৪০০ গ্ৰাম গাঞ্জা দাহন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে দিৱস বা বিশ্ব ড্ৰাগছ দিৱস প্ৰতি বছৰে ২৬ জুনত পালন কৰা হয়।

মাজুলীত আৰক্ষী জিলা প্ৰশাসনে বিশ্ব ড্ৰাগছ দিৱস লগত সংগতি ৰাখি জিলাখনৰ ভিন্ন স্থানত অভিযান চলাই জব্দ কৰা প্ৰায় সাত কেজি গাঞ্জা জ্বলাই দিয়ে। গড়মূৰ কেৰেলা গাঁৱত মাজুলী জিলা উপায়ুক্ত,জিলা আৰক্ষী অধীক্ষকে ধৰি প্ৰশাসনৰ বহু ব্যক্তিৰ উপস্থিতিত জ্বলাই এই গাঞ্জা খিনি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.